Saturday, December 3, 2022
HomeAssam GKAssamese GK MCQ

Assamese GK MCQ

Whatsapp Click Here
Telegram Click Here

1. অসমৰ প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয় ক’ত অৱস্থিত?

(a) গুৱাহাটী

(b) তেজপুৰ
(c) নলবাৰী
(d) চাৰিদুৱাৰ
উত্তৰঃ (a) গুৱাহাটী

2. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
(a) নগাঁও
(b) যোৰহাট
(c) গুৱাহাটী
(d) নলবাৰী
উত্তৰঃ (b) যোৰহাট

3.’Indian Insitute of Technology’ ক’ত অৱস্থিত?
(a) যোৰহাট
(b) তেজপুৰ
(c) গুৱাহাটী
(d) কোকৰাঝাৰ
উত্তৰঃ (c) গুৱাহাটী

4. আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?
(a) ডিব্ৰুগড়
(b) নলবাৰী
(c) গুৱাহাটী
(d) তিতাবৰ
উত্তৰ : (d) তিতাবৰ

5. আঞ্চলিক চিকিৎসা গৱেষণআ কেন্দ্র ক’ত অৱস্থিত?
(a) ডিব্ৰুগড়
(b) যোৰহাট
(c) গুৱাহাটী
(d) নগাঁও
উত্তৰ : (a) ডিব্ৰুগড়

6. আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক’ত অৱস্থিত?
(a) নলবাৰী
(b) গুৱাহাটী
(c) যোৰহাট
(d) তেজপুৰ
উত্তৰ : (b) গুৱাহাটী

7. আৰৱী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত অৱস্থিত?
(a) নলবাৰী
(b) হোজাই
(c) ৰঙিয়া
(d) ধুবুৰী
উত্তৰঃ (c) ৰঙিয়া

৪. আতচবাজি শিল্প কেন্দ্ৰ অসমৰ ক’ত অৱস্থিত?
(a) নলবাৰী
(b) গুৱাহাটী
(c) নগাঁও
(d) বৰপেটা
উত্তৰঃ (d) বৰপেটা

9. অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
(a) গুৱাহাটী
(b) নলবাৰী
(c) তেজপুৰ
(d) ডিব্ৰুগড়
উত্তৰ : (a) গুৱাহাটী

10. উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
(a) বঙাইগাঁও
(b) মালিগাওঁ
(c) আমিনগাঁও
(d) নগাঁও
উত্তৰ : (b) মালিগাওঁ

11. অসমৰ কৃত্রিম সূতা প্রস্তুত উদ্যোগ ক’ত আছে?
(a) নলবাৰী
(b) গুৱাহাটী
(c) যোৰহাট
(d) নগাঁও
উত্তৰ : (a) নলবাৰী

12. কেন্দ্ৰীয় মুগা-এৰী গৱেষণা কেন্দ্ৰ অসমৰ কোন জিলাত অৱস্থিত?
(a) শুৱালকুছি
(b) যোৰহাট
(c) নগাঁও
(d) ডিব্ৰুগড়
উত্তৰঃ (b) যোৰহাট

13. গৰমপানীৰ উঁহ অসমৰ ক’ত অৱস্থিত?
(a) শদিয়া
(b) হাজো
(c) নামবৰ হাবি
(d) কাৰ্বি আংলং
উত্তৰ : (c) নামবৰ হাবি

14. গার্হস্থ্য বিজ্ঞান মহাবিদ্যালয় ক’ত অৱস্থিত?
(a) যোৰহাট
(b) নগাঁও
(c) নলবাৰী
(d) আমিনগাঁও
উত্তৰ : (a) যোৰহাট

15. চলচ্চিত্র ষ্টুডিঅ’ অসমৰ ক’ত অৱস্থিত?
(a) ডিব্ৰুগড়
(b) শিৱসাগৰ
(c) গুৱাহাটী
(d) নলবাৰী
উত্তৰ : (c) গুৱাহাটী

16. চাহ গৱেষণা কেন্দ্ৰ অসমৰ ক’ত অৱস্থিত?
(a) নগাঁও
(b) যোৰহাট
(c) গুৱাহাটী
(d) নলবাৰী
উত্তৰঃ (b) যোৰহাট

17. ‘Central Institute of Petrochemical Engineering and Technology’ (CIPET) অসমৰ ক’ত অৱস্থিত?
(a) উত্তৰ গুৱাহাটী
(b) আমিনগাঁও
(c) নলবাৰী
(d) শিৱসাগৰ
উত্তৰ : (a) উত্তৰ গুৱাহাটী

18. ছফটৱেৰ টেকন’লজী পার্ক ক’ত অৱস্থিত?
(a) ডিব্ৰুগড়
(b) গুৱাহাটী
(c) নগাঁও
(d) যোৰহাট
উত্তৰঃ (b) গুৱাহাটী

19. অসমৰ কামাখ্যা মন্দিৰ ক’ত অৱস্থিত?
(a) গুৱাহাটী
(b) যোৰহাট
(c) শিৱসাগৰ
(d) নগাঁও
উত্তৰ : (a) গুৱাহাটী

20. অসমৰ অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?
(a) যোৰহাট
(b) উত্তৰ গুৱাহাটী
(c) শিৱসাগৰ
(d) নলবাৰী
উত্তৰ : (b) উত্তৰ গুৱাহাটী

21. বিলেবশ্বৰ দেৱালয় ক’ত অৱস্থিত?
(a) নলবাৰী
(b) বৰপেটা
(c) গুৱাহাটী
(d) যোৰহাট
উত্তৰ : (a) নলবাৰী

22. শিৱ দল ক’ত অৱস্থিত?
(a) যোৰহাট
(b) শিৱসাগৰ
(c) তেজপুৰ
(d) গুৱাহাটী
উত্তৰ : (b) শিৱসাগৰ

23. শ্ৰীশ্ৰীসূৰ্যপাহাৰ মন্দিৰ ক’ত অৱস্থিত?
(a) গোলাঘাট
(b) বৰপেটা
(c) গোৱালপাৰা
(d) গুৱাহাটী

উত্তৰঃ (c) গোৱালপাৰা

24. মহাভৈৰৱ মন্দিৰ অসমৰ ক’ত অৱস্থিত?
(a) গোৱালপাৰা
(b) তেজপুৰ
(c) নলবাৰী
(d) গুৱাহাটী
উত্তৰঃ (b) তেজপুৰ

25. নেঘেৰিটিং শিৱদৌল ক’ত অৱস্থিত?
(a) নগাঁও
(b) শিৱসাগৰ
(c) দেৰগাঁও
(d) তেজপুৰ
উত্তৰঃ (c) দেৰগাঁও

26. মদন কামদেৱ দেৱালয় ক’ত অৱস্থিত?
(a) নলবাৰী
(b) কামৰূপ
(c) নগাঁও
(d) উত্তৰ গুৱাহাটী
উত্তৰঃ (b) কামৰূপ

27. জল আৰু ভূমি ব্যৱস্থাপনা প্রতিষ্ঠান ক’ত অৱস্থিত?
(a) গুৱাহাটী
(b) নলবাৰী
(c) তেজপুৰ
(d) ডিব্ৰুগড়
উত্তৰ : (c) তেজপুৰ

28. জল গৱেষণা আৰু ব্যৱস্থাপনা সংস্থা ক’ত অৱস্থিত?
(a) গুৱাহাটী
(b) নগাঁও
(c) তেজপুৰ
(d) বঙাইগাঁও
উত্তৰ : (a) গুৱাহাটী

29. অসমৰ জাপি শিল্পৰ মুখ্য প্ৰতিষ্ঠান ক’ত অৱস্থিত?
(a) নগাঁও
(b) বৰপেটা
(c) হাজো
(d) নলবাৰী
উত্তৰ : (d) নলবাৰী

30. স্ৰৰ সংবেদন প্রায়োগিক কেন্দ্র ক’ত অৱস্থিত? (a) তেজপুৰ
(b) গুৱাহাটী
(c) নগাঁও
(d) বৰপেটা
উত্তৰ : (b) গুৱাহাটী

31. অসমৰ দৃষ্টিহীন শিক্ষাৰ্থীসকলৰ বাবে থকা পুথিভঁৰালটো ক’ত অৱস্থিত?
(a) নলবাৰীত
(b) তেজপুৰত
(c) গুৱাহাটীত
(d) নগাঁৱত
উত্তৰ : (c) গুৱাহাটীত

32. ‘National Institute of Technology’ (NIT) ক’ত অৱস্থিত?
(a) বৰপেটা
(b) শিলচৰ
(c) ডিব্ৰুগড়
(d) গুৱাহাটী
উত্তৰ : (b) শিলচৰ

33. পথ গৱেষণা আৰু প্ৰশিক্ষণ প্রতিষ্ঠান ক’ত অৱস্থিত?
(a) তেজপুৰ
(b) ডিব্ৰুগড
(c) গুৱাহাটী
(d) নলবাৰী
উত্তৰ : (c) গুৱাহাটী

34. প্ৰতিৰক্ষা গৱেষণাগাৰ অসমৰ ক’ত অৱস্থিত?
(a) যোৰহাট
(b) তেজপুৰ
(c) গুৱাহাটী
(d) শিলচৰ
উত্তৰঃ (b) তেজপুৰ

35. মহামায়াৰ থান অসমৰ কোন জিলাত অৱস্থিত? (a) নলবাৰী
(b) নগাঁও
(c) কোকৰাঝাৰ
(d) বৰপেটা
উত্তৰ : (c) কোকৰাঝাৰ

36. মালিনী থান কোন জিলাত?
(a) কোকৰাঝাৰ
(b) ধেমাজি
(c) লখিমপুৰ
(d) ডিব্ৰুগড়
উত্তৰ : (b) ধেমাজি

37. হয়গ্রীব মাধৱ মন্দিৰ ক’ত অৱস্থিত?
(a) হাজো
(b) গুৱাহাটী
(c) গোৱালপাৰা
(d) বৰপেটা
উত্তৰ : (a) হাজো

38. তামেশ্বৰী মন্দিৰ কোন জিলাত?
(a) তেজপুৰ
(b) শদিয়া
(c) ধেমাজি
(d) গুৱাহাটী
উত্তৰঃ (b) শদিয়া

39. আঠখেলীয়া নামঘৰ অসমৰ কোনখন জিলাত?
(a) গোৱালপাৰা
(b) নলবাৰী
(c) গোলাঘাট
(d) যোৰহাট
উত্তৰঃ (c) গোলাঘাট

40. কমলাবাৰী সত্ৰ কোন জিলাত?
(a) যোৰহাট
(b) মাজুলী
(c) ডিব্ৰুগড়
(d) নগাঁও
উত্তৰ : (b) মাজুলী

Disclaimer:  The Abovementioned Recruitment Information Is Being Supplied Solely For Informational Purposes. We Don'T Offer Any Guarantees Regarding Employment. The Hiring Process Must Follow The Organization'S Or Company'S Official Recruitment Procedures As Stated In The Recruitment Vacancy Announcement. For Giving This Job Information, There Are No Fees. No Responsibility Is Assumed By The Author, Saquiz, Or Any Of Its Affiliates For Any Losses Or Damages Of Any Kind Resulting From The Information In This Article Or From Any Actions Taken As A Result Of It.
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments